শোণিতপুৰৰ ভালুকপুঙৰ সমীপত গণপ্ৰহাৰত নিহত দুজন গৰুচোৰ
শোণিতপুৰ, ২২ মে (হি.স.)। শোণিতপুৰৰ অসম-অৰুণাচলৰ সীমান্তৰ ভালুকপুঙৰ সমীপত দুজন গৰুচোৰ নিহত। ৰাইজৰ প্ৰহাৰত নিহত দুটাকৈ গৰু চোৰ। আন এজনক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেললৈ প্ৰেৰণ। ভালুকপুঙৰ সমীপৰ জালিত সংঘটিত হৈছে উক্ত ঘটনা। পুৱতি নিশা সংঘটিত হৈছে উক্ত
শোণিতপুৰৰ ভালুকপুঙৰ সমীপত গণপ্ৰহাৰত নিহত দুজন গৰুচোৰ


শোণিতপুৰ, ২২ মে (হি.স.)। শোণিতপুৰৰ অসম-অৰুণাচলৰ সীমান্তৰ ভালুকপুঙৰ সমীপত দুজন গৰুচোৰ নিহত। ৰাইজৰ প্ৰহাৰত নিহত দুটাকৈ গৰু চোৰ। আন এজনক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেললৈ প্ৰেৰণ। ভালুকপুঙৰ সমীপৰ জালিত সংঘটিত হৈছে উক্ত ঘটনা। পুৱতি নিশা সংঘটিত হৈছে উক্ত ঘটনা।

এখন ইকমেট ট্ৰাক লৈ গৰু চোৰ কৰিব আহিছিল। চোৰ কেইজনক মৰিগাওঁৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande