সৰুপথাৰ সমজিলাৰ বৰপথাৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ
গোলাঘাট, ২২ মে (হি.স.)। সৰুপথাৰ সমজিলাৰ বৰপথাৰত উদ্ধাৰ এটা অচিনাক্ত লোকৰ মৃতদেহ । বৰপথাৰ পৌৰসভাৰ নিৰ্মিয়মান পাৰ্কৰ নলাত আজি উদ্ধাৰ মৃতদেহটো । বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটোৰ প্ৰকৃত পৰিচয় । অচিনাক্ত লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande