মাজুলীৰ জিলা সদৰত আছুৰ উত্তাল প্ৰতিবাদ
মাজুলী, ২২ মে (হি.স.)। মাজুলীৰ জিলা সদৰত আছুৰ উত্তাল প্ৰতিবাদ৷ খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, ঔষধৰ অবাধ মুল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্য্য়সুচী।আছু কৰ্মীৰ প্ৰতিবাদী সমদল৷ মধ্যপ্ৰাস্য়ত ইৰাণ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ ,ইজৰাইলৰ যৌথ বাহিনীৰ মা
মাজুলীৰ জিলা সদৰত আছুৰ উত্তাল প্ৰতিবাদ


মাজুলী, ২২ মে (হি.স.)। মাজুলীৰ জিলা সদৰত আছুৰ উত্তাল প্ৰতিবাদ৷ খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰী, ঔষধৰ অবাধ মুল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ বিক্ষোভ কাৰ্য্য়সুচী।আছু কৰ্মীৰ প্ৰতিবাদী সমদল৷ মধ্যপ্ৰাস্য়ত ইৰাণ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ ,ইজৰাইলৰ যৌথ বাহিনীৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছতে বহিৰাষ্ট্ৰৰ পৰা ভাৰতলৈ ইন্ধনৰ যোগান বাধাপ্ৰাপ্ত হোৱা বুলি কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছিল। ভাৰতলৈ ইন্ধনৰ যোগান অনিয়মিয়া হোৱাৰ অজুহাতত দেশত প্ৰথমে ইন্ধনৰ মুল্যবৃদ্ধি আৰু পিছত সকলো অত্যাবশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি হোৱাত দেশৰ সাধাৰণ জনতা ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাজুলীত আছুৰ এই প্ৰতিবাদ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande