Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
25 Apr 2026
নগাঁও, ২৫এপ্ৰিল (হি.স.)। নিশা চামগুৰিত ৰঙাগড়া চকিটুপত ধুমুহা বৰষুণত বিস্তৰ ক্ষতি সাধন।ব উৰুৱাই নিলে কেইবাটাও বাসগৃহৰ টিন পাট। শিল বৰষুণত ঘৰ, খেতি পথাৰত বিস্তৰ ক্ষতি সাধন। চামগুৰিৰ ৰঙাগড়া চকিটুপত ব্যাপক ক্ষয়ক্ষতি। পকী ঘৰৰ টিন পাত উৰুৱাই নিয়ে যদিও..
নগাঁও, ২৫ এপ্ৰিল (হি.স.)। নগাঁও কাৰাগাৰত অঘটন। কাৰাগাৰৰ ভিতৰত দুই কয়দীৰ মৃত্যু। নগাঁও ৰহাৰ জিতুমণি কোঁৱৰ নামৰ কয়দীজনৰ মৃত্যু হৈছে কাৰাগাৰত। ২০২৫ চনৰ ২৪ ডিচেম্বৰত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু জিতুমণি কোঁৱৰক। ৰহা আৰক্ষী থানাত ১৭৩/২০২৫ নম্বৰত ৰুজু..
নগাঁও, ২৫ এপ্ৰিল (হি.স.)। চামগুৰি সোণাৰীবালিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ খুন্দাত নিহত এগৰাকী কণমানি। পথ পাৰ হোৱাৰ সময়তে চাৰিচকীয়া এখন বাহনে খুন্দা মাৰে কণমানি জনীক। নিহত কণমানিজনীক সোণাৰিবালিৰ বুলি জানিব পৰা গৈছে, বয়স ৭ বছৰ। ..
লক্ষীমপুৰ, ২৫ এপ্ৰিল (হি.স.)। বতৰ বিজ্ঞান বিভাগে ইতিমধ্য়ে অসমৰ ৰাইজক সতৰ্কবাণী জাৰি কৰা অনুসৰি উত্তৰ অসমৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱৰ সৃষ্টি । পুৱা ছয় বজাৰ পৰা এই পৰ্যন্ত এজাক প্ৰচণ্ড ধুমুহাই কোবাই যায় উত্তৰ অসম ৷ গোগামুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha