ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন
নগাঁও, ২৩ এপ্ৰিল (হি.স.)। নগাঁও ৰূপহীহাটৰ লাইলুৰিত হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হয় এজন লোক। চিকিৎসালৈ লৈ শোকযোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে লৰিৰমুখৰ পৰা লাইলুৰি
ৰূপহীহাটৰ লাইলুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন


নগাঁও, ২৩ এপ্ৰিল (হি.স.)। নগাঁও

ৰূপহীহাটৰ লাইলুৰিত হয়। এই ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হয় এজন

লোক।

চিকিৎসালৈ লৈ শোকযোৱাৰ পথত নিহত এজন আৰু গুৰুতৰ বাবে আহত বাইক আৰোহী

নিহত হোৱা ব্যক্তি জনৰ নাম মহম্মদ আলী বুলি জানিব পৰা গৈছে

লৰিৰমুখৰ পৰা লাইলুৰি অভিমুখে গৈ থকা মটৰ চাইকেল বাহ পথেৰে খোজ কাঢ়ি গৈ তথা অৱস্থাত ৬০ উৰ্ধৰ এজন পথচাৰিক খুন্দিয়াওৱাৰ ফলতেই সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো

দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল খনৰ নম্বৰ এএছ ০২ এইউ ৬৮১৯ বুলি জনা গৈছে।

ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ লোক দুজনক কাৱৈমাৰী এফআৰইউ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজনক মৃত বুলি ঘোষণা কৰে।

--------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande