পলাশবাৰীত ৩৭টা চোৰাং এলপিজি চিলিণ্ডাৰ জব্দ,দুজন গ্ৰেপ্তাৰ
গুৱাহাটী, ২৩ এপ্ৰিল(হি.স.)।তিনিটা বানিজ্যিক চিলিণ্ডাৰ সহ ৩৭টা এলপিজি চিলিণ্ডাৰ জব্দ পলাশবাৰী আৰক্ষীৰ।ইয়াৰ ভিতৰত ৩৪টা ঘৰুৱা চিলিণ্ডাৰ। ৰাণী,বঙৰা আৰু ধাৰাপুৰৰ পৰা জব্দ কৰা হৈছে এই চিলিণ্ডাৰ সমূহ।চিলিণ্ডাৰ চুৰিৰ সৈতে জৰিত দুজন চোৰক গ্ৰেপ্তাৰ আৰক্ষীৰ।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande