Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
20 Apr 2026
নগাও, ২০ এপ্ৰিল (হি.স.)। ৰহাত উদ্ধাৰ এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ। ৰহাৰ সৰাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো প্ৰত্য়ক্ষ কৰি মৃত ব্য়ক্তি গৰাকীৰ আনুমানিক বয়স প্ৰায় ৪০–৪৫ হব বুলি অনুমান কৰিছে আৰক্ষী। নিশা কোনো ..
ধেমাজি, ২০ এপ্ৰিল (হি.স.)। আজি পুৱাই ধেমাজিৰ বিষ্ণুপুৰ ৰাজভৰ গাঁৱত এক অঘটন সংঘটিত হয় ৷ ব্ৰজপাত পৰি নিহত হয় গৌতম মাহাতো নামৰ ব্যক্তিগৰাকীৰ তিনি জনী গাই গৰু ৷ একেলগে তিনিজনীকৈ খিৰতী গৰু হেৰুৱাই শোকাহত গৰুৰ গৰাকী ৷ গৰু কেইজনী পথাৰত চৰি থাকোতে হঠাত..
তিনিচুকিয়া, ২০ এপ্ৰিল (হি.স.)। ডিগবৈত আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক। মাৰ্ঘেৰিটাৰ পৰা এখন গাড়ীত দুজন লোকে ডিগবৈৰ দিশে আহি থাকোতে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। ডিগবৈৰ অ চি প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত চলিছিল অভিযান। ড্ৰাগছ সৰবৰাহক..
গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। বিত্তীয় বৰ্ষ ২০২৫–২৬ ৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেই ট্ৰেকৰ আধুনিকীকৰণ, ৰক্ষণাবেক্ষণ আৰু সুৰক্ষাৰ দিশত উল্লেখনীয় সফলতা অৰ্জন কৰিছে যি ইয়াৰ ইতিহাসত তাৎপৰ্যপূৰ্ণভাৱে সফলতাৰ একাধিক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিবলৈ সক্ষম ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha