বিজনীৰ ১ নং বিষ্ণুপুৰত বনৰৌ উদ্ধাৰ
চিৰাং, ০২ এপ্ৰিল (হি.স.)। বিজনীৰ ১ নং বিষ্ণুপুৰত বনৰৌ উদ্ধাৰ। স্থানীয় অভিনন্দন বিশ্বাসৰ তামোল বাগানত উদ্ধাৰ হয় বনৰৌটো। বন বিভাগৰ লোক, এছএছবিৰ ১৫ নং বেটেলিয়নয় ডি কোম্পানী আৰু স্বেচ্ছাসেৱী সংস্থা মানাছ মাউজিগেন্দ্ৰী ই''কো টুৰিজম ছ''চাইটি, মা
বিজনীৰ ১ নং বিষ্ণুপুৰত বনৰৌ উদ্ধাৰ


চিৰাং, ০২ এপ্ৰিল (হি.স.)। বিজনীৰ ১ নং বিষ্ণুপুৰত বনৰৌ উদ্ধাৰ। স্থানীয় অভিনন্দন বিশ্বাসৰ তামোল বাগানত উদ্ধাৰ হয় বনৰৌটো।

বন বিভাগৰ লোক, এছএছবিৰ ১৫ নং বেটেলিয়নয় ডি কোম্পানী আৰু স্বেচ্ছাসেৱী সংস্থা মানাছ মাউজিগেন্দ্ৰী ই'কো টুৰিজম ছ'চাইটি, মানাছ নেছাৰ কনজাৰভেছন ৱেলফেয়াৰ ছ'চাইটিৰ যৌথ উদ্যোগত উদ্ধাৰ হোৱা বনৰৌটোৰ ওজন ৮ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। পৰৱৰ্তী মানাছ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় বনৰৌটো।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande