Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
18 Apr 2026
গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ টাৰ্মিনেলসমূহত ৰেল যোগে চিমেণ্ট কাৰ্গো পৰিবহণ আৰু লোডিং আনলোডিঙৰ দিশত এক অভূতপূৰ্ব অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সময়চোৱাত চিমেণ্টৰ অন্তৰ্মূখী পৰিবহন ..
গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলায় আটক কৰিছে তিনিটাকৈ গভাইত চোৰক। চোৰ তিনিটাই মহানগৰীৰ বিভিন্ন স্থানত মেখেলা চাদৰ পিন্ধি নাৰীৰ ভেশ ধৰি বহুদিনৰ পৰা চুৰিকাৰ্য্য সংঘটিত কৰি আহিছিল। অৱশ্যে চোৰকেইটাৰ মাজত এগৰাকী নাৰীও আছে। চোৰ..
মানকাচাৰ, ১৮ এপ্ৰিল (হি.স.)। মানকাচাৰত আৰক্ষীৰ বৃহৎ অভিযান। ৯ জুৱাৰীক আটক কৰি কাৰাগাৰালৈ প্ৰেৰণ। দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাচাৰ আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলাই নিশা ৯ গৰাকী জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। জিলা খনৰ বিভিন্ন প্ৰান্তত..
গুৱাহাটী, ১৮ এপ্ৰিল (হি.স.)। অসম আন্দোলনৰ নেতা, ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী, পলাশবাৰী সমষ্টিৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক যতীন মালীয়ে উচ্চ ৰক্তচাপজনিত কাৰণত ৬৯ বছৰ বয়সত গুৱাহাটীৰ ডাউন টাউন হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ৷ নিজ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha