Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
17 Apr 2026
নগাঁও,১৭ এপ্ৰিল (হি.স.)। ধিঙত ম’হৰ আক্ৰমণত কেইবাজনো আহত, এগৰাকী মহিলাৰ অৱস্থা সংকটজনক। নগাঁও জিলাৰ ধিঙৰ মহখুটি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পোহনীয়া ম’হৰ আক্ৰমণত কেইবাজনো লোক আহত হোৱাৰ লগতে এগৰাকী মহিলাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।..
তিনিচুকীয়া, ১৭ এপ্ৰিল (হি.স.)। মাৰ্ঘেৰিটাৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে সজাগ নাগৰিকৰ আহ্বান। তিনিচুকীয়া জিলাৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টি হৈছে অসমৰ অন্যতম উন্নত সমষ্টি। ইয়াৰ চহকী সংস্কৃতি, ঐতিহ্য, বিভিন্ন জনগোষ্ঠীৰ নৃগোষ্ঠীয় গোট,..
বঙাইগাঁও, ১৭ এপ্ৰিল (হি.স.)। বঙাইগাঁওৰ গেৰুকাবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী ২ টা ক্ৰমে ৰেজাউল ৰহমান (২৮), ফাৰুক আহমেদ(২৩) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ৰেজাউলৰ ঘৰ চিৰাঙৰ ..
শোণিতপুৰ, ১৭ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ টুপীয়াৰ বগাবিলত নিশা নৃশংস হত্যা কাণ্ড। নিজ খুৰাকৰ হাতত প্ৰাণ গল ভতিজাকৰ৷ পানীৰাম মুদি নামৰ লোক জনে ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ ভতীজাক ৰাজিৱ মুদি (২৮)ক৷ এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত জামুগুৰি..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha