ধুমুহা বৰষুণৰ ফলত ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট
কামৰূপ, ১৫ মাৰ্চ (হি.স.)। ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট। তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন।
স্থানীয় কৃষকৰ মাজত হাহাকাৰ। এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে।
যি খে
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001