মৰিগাও, ১০মাৰ্চ (হি.স.)। জাগীৰোডত সোপা-ধৰাৰ আতংক ৷ সোপা-ধৰাৰ সন্দেহত আটক এগৰাকী মহিলা ৷ জাগীৰোডৰ কুইয়াদলত সংঘটিত হয় এই ঘটনা ৷ ঘটনা অনুসৰি জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত কুইয়াদলত পুৱাৰে পৰা এগৰাকী অচিনাকী মহিলা ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001