ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ
কোকৰাঝাৰ, ০৩ ফেব্ৰুৱাৰী (হি.স.)। ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাসে ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ আগবঢ়াইছে উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷কোকৰাঝাৰৰ বড়োলেণ্ড
ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷


ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷


ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷


কোকৰাঝাৰ, ০৩ ফেব্ৰুৱাৰী (হি.স.)। ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাসে ভূটানৰ ৰাজমাতা দৰজী ৱাংমো ৱাংচুকলৈ আগবঢ়াইছে উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বটাঁ ৷কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জৌহলাও নীলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজমাতা দৰ্জী ৱাংমো ৱাংচুকক ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।

বঁটাৰ সৈতে আছে নগদ দুই লাখ টকা, এখন মানপত্ৰ, বডোফাৰ স্মাৰক, দখনা, ফুলৰ থোপা, ফুলাম আৰ’ণাই আৰু স্মাৰক ৷ উল্লেখ্য যে মানৱ সমাজৰ কল্যাণ, স্বাস্থ্য-আৰ্থ সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভূটানৰ ৰাজমাতা লৈ আগবঢ়োৱা হৈছে ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা। ইপিনে ২২ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা লাভ কৰি ভূটানৰ কনিষ্টতম ৰাজমাতা দৰ্জী ৱাংমো ৱাংচুকে কয় যে এই সন্মান অকল মোৰ বাবে নহয় , এই সন্মানৰ ভূটানৰ সকলো জনতাৰ বাবে ।

এই সন্মানে ভাৰত -ভূটান সম্পৰ্কত অধিক কটকটীয়া কৰি তুলিব । বড়ো ৰাইজ আৰু বড়োলেণ্ডৰ সতে মোৰ গভীৰ সম্পৰ্ক আছে । উল্লেখ্য যে আজিৰ কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , লোকসভাৰ সাংসদ ৰঞ্জিত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande