অন্ধ্ৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণৰ পিছত অগ্নিকাণ্ড; ১৮ জনৰ মৃত্যু, ৮ জন সংকটজনক
কাকিনাদা, ২৮ ফেব্ৰুৱাৰী (হি.স.)। অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ সমৰলাকোটা মহকুমাৰ ভেটলাপালেম গাঁৱৰ এটা ফটকা কাৰখানাত শনিবাৰে বিয়লি সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হয়, ইয়াৰে ১১ জনক বৰ্তমানলৈ
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001