নতুন দিল্লী, ২৮ ফেব্ৰুৱাৰী (হি.স.)। ইজৰাইলৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে শনিবাৰে টাটা নেতৃত্বাধীন বিমান সংস্থা এয়াৰ ইণ্ডিয়াই নতুন দিল্লী-তেল আভিভৰ বিমানখন মুম্বাইলৈ ডাইভাৰ্ট কৰে। ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ পিছতে কিছু আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001