নগাঁওৰ কঠিয়াতলীৰ ৰাজপথত চলন্ত ডাম্পাৰত সংঘটিত অগ্নিকাণ্ড
নগাঁও, ১৯ ফেব্ৰুৱাৰী (হি.স.)। নগাঁওৰ কঠিয়াতলীৰ ৰাজপথত চলন্ত ডাম্পাৰত সংঘটিত অগ্নিকাণ্ড । কন্দলী বামুণীৰ পৰা শিল সৰবৰাহ কৰি থকা ডাম্পাৰৰ টায়াৰত লাগিল জুই । নিতৌ শ শ ডাম্পাৰ চলাচল কৰে কঠিয়াতলী বন বিভাগৰ সন্মুখেৰে। চকু মুদা কুলিৰ ভাৱত কঠিয়াতলী
নগাঁওৰ কঠিয়াতলীৰ ৰাজপথত চলন্ত ডাম্পাৰত সংঘটিত অগ্নিকাণ্ড


নগাঁও, ১৯ ফেব্ৰুৱাৰী (হি.স.)। নগাঁওৰ কঠিয়াতলীৰ ৰাজপথত চলন্ত ডাম্পাৰত সংঘটিত অগ্নিকাণ্ড । কন্দলী বামুণীৰ পৰা শিল সৰবৰাহ কৰি থকা ডাম্পাৰৰ টায়াৰত লাগিল জুই ।

নিতৌ শ শ ডাম্পাৰ চলাচল কৰে কঠিয়াতলী বন বিভাগৰ সন্মুখেৰে। চকু মুদা কুলিৰ ভাৱত কঠিয়াতলী বন বিভাগ । বনজ সম্পদৰ অবাধ লুন্ঠনৰ বিষয়ে ৰাজ্যৰ বন বিভাগ অবগত হোৱা সত্বেও বনজ সম্পদৰ চোৰাং কাৰবাৰীৰ বিৰুদ্ধে জিলা খনৰ বন বিভাগে পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে। ফলত ৰাজ্যৰ বনাঞ্চল সমূহত বনজ সম্পদৰ চোৰাং কাৰবাৰী সকলৰ অবাধ লুন্ঠন অব্য়াহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande