বোকাজানত চিলনী চোৰৰ সন্ত্ৰাস
কাৰ্বিআংলং, ১৬ নৱেম্বৰ (হি.স.)। বোকাজানত চিলনী চোৰৰ সন্ত্ৰাস। টিউচন কৰিবলৈ যোৱা যুৱতীৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। সোণৰ চেইন থপিয়াই তীব্ৰ গতিত প্রথমে ভিজিটিং কাৰ্ড দি ঠিকনা বিচৰাৰ চলেৰে অকলশৰীয়া যুৱতী গৰাকীৰ সৈতে কৰিছিল কথোপকথন। মটৰ
বোকাজানত চিলনী চোৰৰ সন্ত্ৰাস


কাৰ্বিআংলং, ১৬ নৱেম্বৰ (হি.স.)। বোকাজানত চিলনী চোৰৰ সন্ত্ৰাস। টিউচন কৰিবলৈ যোৱা যুৱতীৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। সোণৰ চেইন থপিয়াই তীব্ৰ গতিত প্রথমে ভিজিটিং কাৰ্ড দি ঠিকনা বিচৰাৰ চলেৰে অকলশৰীয়া যুৱতী গৰাকীৰ সৈতে কৰিছিল কথোপকথন। মটৰ চাইকেলেৰে অহা হেলমেট পৰিহিত দুই যুৱকে শুকানজানৰ কৃষ্ণনগৰত সংঘটিত কৰে উক্ত ঘটনা।

বোকাজান মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ ঘৰ বোকাজানৰ প্ৰণৱ ৰেছিডেন্সিয়েল কম্প্লেক্সত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande