Invalid email address
Hindusthan Samachar News Agency, First Floor, 23, Panchkuian Road, Near R. K. Ashram Metro Station, Pillar No. 12, New Delhi-110001p>
(+91) 7701800342 / 7701802829
marketing@hs.news
10 Nov 2026
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে অহা ১১ নৱেম্বৰত তামিলনাডুৰ টুটিকোৰিন ভ্ৰমণ কৰিব । তেওঁৰ এই ভ্ৰমণৰ সময়ত তামিলনাড মাৰ্কেন্টাইল বেংক লিমিটেডৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। মঙলবাৰে উপ-ৰাষ্ট্ৰপতি ..
৮৪ বছৰীয়া বৰষুণৰ তথ্যৰ পৰা বিকশিত এক নতুন জলবায়ু নেটৱৰ্ক মডেল, স্থানীয় বৰষুণ আৰু প্ৰকৃত বাৰিষাৰ বৰষুণৰ মাজত স্থাপন কৰিব পাৰ্থক্য নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) মাদ্ৰাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক..
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। দেশৰ বিভিন্ন অঞ্চলত বতৰৰ ধৰণ সলনি হৈছে। উত্তৰ ভাৰতত শীতল আৰু কুঁৱলী বৃদ্ধি পোৱাৰ বিপৰীতে দক্ষিণৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা ১৩ নৱেম্বৰত বংগ উপসাগৰত..
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চাইবাৰ অপৰাধৰ ক্ৰমাৎ তীব্ৰতা আৰু ডিপফেক কন্টেন্টৰ দ্বাৰা সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বিষয়াসকলক তেওঁলোকৰ কৰ্মশৈলী আৰু দৃষ্টিভংগী সলনি কৰিবলৈ পৰামৰ্শ দিছে । অত্যাধুনিক ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha