
কোকৰাঝাৰ, ২০ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গা পূজাৰ আজি মহানৱমী।
ৰজাঘৰীয়া পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা বিহীন দুৰ্গা পূজা অনুষ্ঠিত পৰ্বতঝোৰাৰ বগৰীবাৰীত অৱস্থিত শক্তিপীঠ মা মহামায়া মন্দিৰত।
৪০০ বছৰীয়া পৰম্পৰাৰে শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী উপলক্ষে বলি শক্তিপীঠ মা মহামায়া মন্দিৰত।
মহানৱমীৰ আধ্যাত্মিকতাৰে পূজা অৰ্চনা হোৱাৰ পিছত ছাগলী, হাঁহ, পাৰ, মাগুৰ মাছ, মানকচু আদিৰ বলি দিয়া হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা