ৰূপহীহাটত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক
নগাঁও, ১২ অক্টোবৰ (হি.স.)। নগাঁওৰ ৰূপহীহাটত ড্ৰাগছ বিৰোধী অভিযান। ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আৰক্ষীৰ অভিযান ড্ৰাগছ ভৰ্তি পাঁচটাকৈ কন্টেনাৰসহ আটক সৰবৰাহকাৰী। কাৱৈমাৰীৰ চাইফুল ইছলাম নামৰ সৰবৰাহকাৰীৰ পৰা পাঁচটাকৈ কন্টেনাৰ জব্দ
ৰূপহীহাটত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক


নগাঁও, ১২ অক্টোবৰ (হি.স.)। নগাঁওৰ ৰূপহীহাটত ড্ৰাগছ বিৰোধী অভিযান। ৰূপহীহাটৰ কাৱৈমাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষীৰ অভিযান ড্ৰাগছ ভৰ্তি পাঁচটাকৈ কন্টেনাৰসহ আটক সৰবৰাহকাৰী।

কাৱৈমাৰীৰ চাইফুল ইছলাম নামৰ সৰবৰাহকাৰীৰ পৰা পাঁচটাকৈ কন্টেনাৰ জব্দ কৰে আৰক্ষীয়ে।

সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে কাৱৈমাৰী আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জনোৱা অনুসৰি বিগত কিছুদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল চাইফুল ইছলামে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande