কলাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদী
ওদালগুৰি, ১২ অক্টোবৰ (হি.স.)। কলাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদী। কলাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। বি টি চিৰ চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।বি টি চি চৰকাৰৰ পূৰ্বৰ তুলনাত ভূমি পট্টাৰ অতিমাত্ৰা মূল্য বৃদ্ধি
কলাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদী


ওদালগুৰি, ১২ অক্টোবৰ (হি.স.)। কলাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদী।

কলাইগাঁৱত আছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। বি টি চিৰ চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।বি টি চি চৰকাৰৰ পূৰ্বৰ তুলনাত ভূমি পট্টাৰ অতিমাত্ৰা মূল্য বৃদ্ধি হাৰ নিৰ্ধাৰণৰ বিৰুদ্ধে কলাইগাওঁ থানাৰ একেবাৰে নিলগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বি টি চি চৰকাৰৰ শেহতীয়া ভূমি নিতিৰ শিঘ্ৰে সংশোধন আৰু ভূমি নামজাৰিৰ নিৰ্ধাৰিত মূল্য হ্ৰাসৰ দাবীত ওদালগুৰি জিলা ছাত্ৰ সন্থাই কলাইগাঁও থানাৰ সমীপত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰতিবাদকাৰী সকলে হাগ্ৰামা মহিলাৰী হায় হায়, হাগ্ৰামা মহিলাৰীৰ কাম নাই,শিঘ্ৰে ভূমি নিতি সংশোধন কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande