তিতাবৰত গছৰ গুটি খাই অসুষ্ঠ ১৩ জনকৈ শিশু
যোৰহাট, ০৪ জানুৱাৰী (হি.স.)। তিতাবৰত গছৰ গুটি খাই অসুষ্ঠ ১৩ জনকৈ শিশু । বাদাম বুলি বঙালী এৰা গছৰ গুটি খাইছিল শিশু কেইটাই । গুটি খোৱাৰ পাছতে পেট কামোৰনি,বমি হবলৈ ধৰাত যোৰহাট চিকিতসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হয় । উক্ত ঘটনা তিতাবৰ বৰ চৈকটা চাহ বাগি
তিতাবৰত গছৰ গুটি খাই অসুষ্ঠ ১৩ জনকৈ শিশু


যোৰহাট, ০৪ জানুৱাৰী (হি.স.)। তিতাবৰত গছৰ গুটি খাই অসুষ্ঠ ১৩ জনকৈ শিশু । বাদাম বুলি বঙালী এৰা গছৰ গুটি খাইছিল শিশু কেইটাই ।

গুটি খোৱাৰ পাছতে পেট কামোৰনি,বমি হবলৈ ধৰাত যোৰহাট চিকিতসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হয় ।

উক্ত ঘটনা তিতাবৰ বৰ চৈকটা চাহ বাগিছাৰ লাইনত সংঘটিত হৈছে । অসুষ্ঠ সকলৰ ভিতৰত আছে ৭ জনী ছোৱালী আৰু ৬ টা লৰা শিশু । বৰ্তমান যোৰহাট চিকিতসা মহাবিদ্য়ালয়ত ভৰ্তি হৈ আছে আটাই কেইটা শিশু ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande