Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
02 Jan 2026
হোজাই, ০২ জানুৱাৰী (হি.স.)। লংকাৰ কাকী আদৰ্শ গাঁওত নিশা অগ্নিকাণ্ডৰ ঘটনা। নৱবৰ্ষৰ প্ৰথম দিনটোত গাঁওখনৰ নোমল শইকীয়া নামৰ লোকজনৰ সম্পূৰ্ণ বাসগৃহটো জ্বলি ভস্মীভূত হয়। নগদ ৩০ হাজাৰ টকা সাঁচতীয়া ধনসহ বাচন বৰ্তন,নথিপত্ৰ,আঁচবাব জ্বলি যায়। লোকজন কৰ্মসূত্ৰে..
নগাও, ০২জানুৱাৰী (হি.স.)। ৰহাৰ খলিহামাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷ কপিলী নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহটো৷ স্থানীয় লোকে গৰাখহনীয়া ৰোধৰ বাবে দিয়া পৰ্কিউ পাইনত লাগি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত ..
মৰিগাঁও, ০২ জানুৱাৰী (হি.স.)। ড০ উপেন ৰাভা হাকাচামৰ জন্ম দিন উদযাপন । মুখ্য অতিথি প্ৰকাশ মহন্ত দগো ৰাংছাং গৱেষণা সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা তিৱা মাথানলাই তখ্ৰা ৰ সহযোগত বিশিষ্ট সাহিত্যিক ড০ উপেন ৰাভা হাকাচামৰ জন্ম দিনটো আজি সৰলতাৰ দিনউদযাপন..
নগাঁও, ০২ জানুৱাৰী (হি.স.)। পুনৰ অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ১৭ বা ১৮ জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপনৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশ ল''ব প্ৰধানমন্ত্ৰীয়ে। নগাঁৱৰ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha