Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
16 Jan 2026
দৰং, ১৬ জানুৱাৰী (হি.স.)। বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ছিপাঝাৰৰ শতাধিক পৰিয়াল। প্ৰায় ডেৰকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনি খন দীৰ্ঘদিনে বিকল হৈ থকাৰ পিছত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে সমষ্টিটোৰ হালধা গাঁৱৰ শ শ পৰিয়াল। ৰাইজৰ বাৰম্বাৰ..
ধুবুৰী, ১৬ জানুৱাৰী (হি.স.)। গৌৰীপুৰ মটিয়াবাগত নিশা চাঞ্চল্যকৰ ঘটনা। চিপ লোৱা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ। মৃত্যু হোৱা যুৱকজন ছানোৱাৰ হুছেইন ওৰফে কেতু। চিমেণ্ট চুৰি কৰাৰ অপৰাধত যুৱকজনক মাৰি মাৰি..
শিৱসাগৰ, ১৬ জানুৱাৰী (হি.স.)। ডিমৌত চোৰাং গৰু ভৰ্তি দুই কনটেইনাৰ (ট্ৰাক) জব্দ। দুই ট্ৰাকত আছিল ৭৯ টাকৈ গৰু। অৰুণাচলৰ বৰডুমছাৰ পৰা নগাঁও অভিমুখে গৈছিল গৰু সমুহ। ট্ৰাক দুখনৰ নম্বৰ হৈছে এনএল ০১এ এফ ০৫৯২ আৰু এএছ ০১ এফ চি ৬৯৪৪। ডিমৌ আৰক্ষীয়ে জব্দ ..
মৰিগাঁও, ১৬ জানুৱাৰী (হি.স.)। জাগীৰোডত ছাগলী চোৰৰ বিলৈ ৷ একেডাল ৰচিৰে বান্ধ খালে ছাগলী আৰু চোৰ ৷ ঘটনা মতে, জাগীৰোডৰ ঘুনুচাৰ এই চোৰটোৱে এজনী গাভিনী ছাগলী বিক্ৰী কৰিবলৈ বজাৰলৈ আনিছিল ৷ কিন্তু ইমান ডাঙৰ ছাগলী জনী মাত্ৰ দুই হাজাৰ টকাত বিক্ৰী কৰিবলৈ ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha