Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
12 Jan 2026
তামুলপুৰ, ১২ জানুৱাৰী (হি.স.): তামুলপুৰ জিলাৰ অন্তৰ্গত ডাৰাংগা শ্বৰ্ট ফায়াৰিং ৰেঞ্জত, অৰ্থাৎ মেনকা চাহ বাগান এলেকাত অহা ১৬ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ ভাৰতীয় সেনাৰ ২৭১ ফিল্ড ৱৰ্কশ্বপ কোম্পানী, ইএমইয়ে সৰু অস্ত্ৰৰ ফায়াৰিং তথা ৰেঞ্জ ক্লাছিফিকেছন কাৰ্য..
কোকৰাঝাৰ, ১২ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামস্থিত ৰামকৃষ্ণ সেৱা আশ্ৰমত আজি বিভিন্ন ৰঙাৰঙ কাৰ্যসূচীৰে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী বিশ্ব যুৱ দিৱস হিচাপে উদ্যাপন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত প্ৰথমে ৰামকৃষ্ণ সেৱা আশ্ৰমৰ সভাপতি বিশ্বজিত..
গুৱাহাটী, ১২ জানুৱাৰী (হি.স.)। সমুখত হেঁপাহৰ ভোগালী বিহু। ভোগৰ উৎসৱ ভোগালীক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। ঠাইয়ে ঠাইয়ে উদযাপিত হৈছে প্ৰাক ভোগালী। বিগত বৰ্ষৰ দৰে এইবেলিও ডিমৰীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান ক্ষেত্ৰীস্থিত গ্ৰীণভিউ একাডেমীত উদযাপি..
গোলাঘাট, ১২ জানুৱাৰী (হি.স.)। গোলাঘাট জামুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন থিতাতে নিহত আৰু এজন আহত। গোলাঘাট জামুগুৰিত পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা।উল্লেখ্য যে ডাম্পাৰৰ খুন্দাত মটৰ চাইকেলত অহা এজন আঠ বছৰীয়া কিশোৰ থিতাতে নিহত হয়।নিহত ছাত্ৰ জন নাম অৰ্ণৱ ভূঞা..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha