গোসাইগাঁওত ইউপিপিএলৰ শৰাইবিল পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় মুকলি
কোকৰাঝাৰ, ০৩ ছেপ্তেম্বৰ (হি.স.)। গোসাইগাঁওত ইউপিপিএলৰ শৰাইবিল পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় মুকলি । ২২ চেপ্তেম্বৰত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন গোসাইগাঁওত ইউপিপিএলৰ সাধাৰণ সম্পাদক তথা শৰাইবিল পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীয় ৰাজু নাৰ্জাৰ
গোসাইগাঁওত ইউপিপিএলৰ শৰাইবিল পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় মুকলি


কোকৰাঝাৰ, ০৩ ছেপ্তেম্বৰ (হি.স.)। গোসাইগাঁওত ইউপিপিএলৰ শৰাইবিল পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় মুকলি । ২২ চেপ্তেম্বৰত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন গোসাইগাঁওত ইউপিপিএলৰ সাধাৰণ সম্পাদক তথা শৰাইবিল পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীয় ৰাজু নাৰ্জাৰীয়ে আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে নিৰ্বাচন প্ৰচাৰ পৰিচালনা সমিতিও গঠন কৰে।

লগতে প্ৰাৰ্থী গৰাকীয়ে কয় শৰাইবিল সমষ্টিত প্ৰত্যেকটো গাঁৱে,চহৰে নিৰ্বাচন প্ৰচাৰ তিব্ৰতৰ কৰাৰ লগতে ৰাইজৰ কাষ চপাৰ উদ্দেশ্যৰে আজি ইউপিপিএলৰ শৰাইবিল পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কায্যলয় মুকলি কৰে। ইউপিপিএলৰ বাবে বিজয় নিশ্চিত বুলি দাবী প্ৰাৰ্থী গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande