জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ৯ জনীয়া বিশেষ তদন্তকাৰী দল গঠন
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। মিউজিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলটো এতিয়া দহজনৰ পৰিৱৰ্তে ৯ জন সদস্যৰে গঠিত হ’ব। অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে নগাঁৱৰ ডিএছপি পৰিমিতা সৰকাৰৰ নাম আঁতৰাই সংশোধিত তালিকা প্ৰকাশ কৰিছে।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news

 rajesh pande