Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
15 Sep 2025
গোলাঘাট, ১৫ ছেপ্টেম্বৰ (হি.স.)। ৩৯ বাৰকৈ ৰক্তদান কৰি আনৰ জীৱন দান দিয়া বোকাখাত ৰজাবাৰীৰ ৰাজু দাসৰ মৃত্যু ৷ যোৱা এবছৰ ধৰি যকৃৎ আৰু হাওঁফওঁ ৰোগত আক্ৰান্ত হৈ আছিল ৰাজু দাস ৷ আৰ্থিক অসুবিধাৰ বাবে উপযুক্ত চিকিৎসা লাভ কৰা নাছিল ৰাজুৱে ৷ আজি ৯-৩৫ ..
শোণিতপুৰ, ১৫ ছেপ্টেম্বৰ (হি.স.)।শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও জলমগ্ন। যোৱা নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰিসুতি, চপালগা, দোৱাঙনি, দক্ষিনখিলা, গামানি, তৰাজান, বগীজুলিকে ..
বৰপেটা, ১৫ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান ৷ বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান ৷ বৰপেটা দঙৰকুছিত থকা সুৰজিৎ ডেকাৰ অট্টালিকাত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ ৷ লাট মণ্ডল ..
কােকৰাঝাৰ,১৫ ছেপ্টেম্বৰ (হি.স.)। পৰ্বতঝোৰৰ অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। ৰাজাপাৰা দ্বিতীয় খণ্ড গাওঁৰ লতিকা গেছ এজেন্সিৰ সমীপত পথৰ কাষত উদ্ধাৰ মৃত্যুদেহটো। ইতিমধ্যে দণ্ডাদিশৰ আৰু বগৰিবাৰী আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পৰ্বতঝোৰা ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha