ধুবুৰী, ৩১ আগষ্ট (হি.স.)। গৌৰীপুৰৰ পেট্ৰোল পাম্পত ওলাল পানী। গৌৰীপুৰ শিলাইৰ পাৰত মিনি পেট্ৰল পাম্পত তেলৰ সলনি ওলাল পানী। সেই পেট্ৰলকে বিক্ৰী কৰি আছে গ্ৰাহকক গাড়ীৰ গৰাকীৰ মাজত হাহাকাৰ।
শিলাইৰপাৰ মিনি পেট্ৰল পাম্পত পেট্ৰলৰ নামত পানী মিহলি কৰি গ্ৰাহকক বিক্ৰী কৰাৰ অভিযোগ ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ