কামৰূপৰ চাংসাৰিত মালবাহী ৰেল লাইনচ্যুত
কামৰূপ, ৩১ আগষ্ট (হি.স.)। কামৰূপৰ চাংসাৰিত মালবাহী ৰেল লাইনচ্যুত । নামনিমুৱা মালবাহী ৰেল খন চাংসাৰি ষ্টেচনৰ সমীপত লাইনচ্যুত হয় । মালবাহী ৰেল খনৰ দুটা দবা খুলি পৰে। ফলত উজনি মুৱা নামনি মুৱা ৰেলসেৱা ব্যাহত হৈ পৰে। চাংসাৰি ৰেল ষ্টেচনৰ সমীপবৰ্তী ষ্টেচন
কামৰূপৰ চাংসাৰিত মালবাহী ৰেল লাইনচ্যুত


কামৰূপ, ৩১ আগষ্ট (হি.স.)। কামৰূপৰ চাংসাৰিত মালবাহী ৰেল লাইনচ্যুত । নামনিমুৱা মালবাহী ৰেল খন চাংসাৰি ষ্টেচনৰ সমীপত লাইনচ্যুত হয় । মালবাহী ৰেল খনৰ দুটা দবা খুলি পৰে। ফলত উজনি মুৱা নামনি মুৱা ৰেলসেৱা ব্যাহত হৈ পৰে।

চাংসাৰি ৰেল ষ্টেচনৰ সমীপবৰ্তী ষ্টেচন সমুহত উজনিমুৱা আৰু নামনি যাত্ৰীবাহী ট্ৰেইন আবদ্ধ হৈ আছে । উজনিমুৱা ৩খন যাত্ৰীবাহী আৰু নামনিমুৱা এখন ৰেলগাড়ী বৰ্তমান আৱদ্ধ হৈ আছে । ৰেল বিভাগৰ লোক সকলে ৰেলপথটো মুকলি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande