ফাকিৰাগ্রামত গণেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন
ফাকিৰাগ্রামত গনেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন।
ফাকিৰাগ্রামত গণেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন


কোকৰাঝাৰ। ৩১ আগষ্ট (হি.স.): কোকৰাঝাৰ জিলাৰ ফাকিৰাগ্রামত উলহ মালহৰে পালন কৰিলে গণেশ চতুৰ্দশী। যোৱা ২৭ তাৰিখৰ পৰা কোকৰাঝাৰৰ ফাকিৰাগ্রামত ৩ দিনীয়াকৈ ধৰ্ম্মীয় ৰীতি নীতিৰে গণেশ দেৱতাক পূজা অৰ্চনাৰে পালন কৰে। আনহাতে যোৱাকালি সন্ধিয়া ফাকিৰাগ্রামৰ ছাট পূজা ঘাটত হেজাৰ হেজাৰ ভক্তই গণেশ দেৱতাৰ প্ৰতিমূৰ্ত্তি বিসৰ্জন কৰে |

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande