উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী
লখিমপুৰ, ৩১ আগষ্ট (হি.স.)। লখিমপুৰ জিলাৰ হাৰমতী বন সংমণ্ডলৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঅঞ্চলত যোৱা তিনি বছৰ পূৰ্বে উচ্ছেদ কৰা ভূমিহীন লোকক লখিমপুৰ জিলা প্ৰশাসনে পাতি দিয়া শিবিৰত লখিমপুৰ বন সংমণ্ডলৰ পুনৰ উচ্ছেদৰ জাননী । জাননীত উল্লেখ কৰা মতে প্ৰশাননে প
উচ্ছেদিত লোকৰ শিবিৰত পুনৰ উচ্ছেদৰ জাননী


লখিমপুৰ, ৩১ আগষ্ট (হি.স.)। লখিমপুৰ জিলাৰ হাৰমতী বন সংমণ্ডলৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঅঞ্চলত যোৱা তিনি বছৰ পূৰ্বে উচ্ছেদ কৰা ভূমিহীন লোকক লখিমপুৰ জিলা প্ৰশাসনে পাতি দিয়া শিবিৰত লখিমপুৰ বন সংমণ্ডলৰ পুনৰ উচ্ছেদৰ জাননী ।

জাননীত উল্লেখ কৰা মতে প্ৰশাননে পাতি দিয়া শিবিৰত অবৈধ বেদখল কৰা বুলি ১৫ দিনৰ ভিতৰত শিবিৰ খালি কৰা নিৰ্দেশ ।সচেতন মহলত প্ৰশাসনে পাতি দিয়া শিবিৰ অবৈধ বুলি জাননী প্ৰেৰণ কৰাক লৈ যতেষ্ঠ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande