৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শ্যাম চুণ্ডিয়ে প্ৰাৰ্থিত্ব পোৱাৰ উৎফুল্লিত সমষ্টিৰ ৰাইজ
৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শ্যাম চুণ্ডি নাম প্ৰকাশ হোৱাত আনন্দত উৎফুল্লিত হৈছে সমষ্টিৰ ৰাইজ।
৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শ্যাম চুণ্ডিয়ে প্ৰাৰ্থিত্ব পোৱাৰ উৎফুল্লিত সমষ্টিৰ ৰাইজ


কোকৰাঝাৰ, ৩১ আগষ্ট (হি.স.): বি পি এফ দলৰ প্ৰাৰ্থীৰ তালিকাত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত শ্যাম চুণ্ডি নাম প্ৰকাশ হোৱাত আনন্দত উৎফুল্লিত হৈছে সমষ্টিৰ ৰাইজ। দ্বিতীয় খন প্ৰাৰ্থীৰ তালিকাত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থী হিচাপে নাম প্ৰকাশ হোৱাত সমষ্টিৰ ভোটাৰ ৰাইজ আনন্দত উৎফুল্লিত হৈ শ্যাম চুণ্ডিক সম্বৰ্ধনা দি আদৰণি জনায়।

সমৰ্থকসকলে বোমা-ফুটকা ফুটাই আনন্দ উল্লাস কৰে। ইফালে প্ৰাৰ্থীগৰাকীয়ে সকলোৰেই আশীৰ্বাদ লয়। তেওঁ ক‌য় যে নিৰ্বাচনত ১০০ পাৰছেণ্ট জিকিৱ আৰু অনাগত সময়ত ৰাইজৰ মৌলিক সমস্যা সমূহ সমাধান কৰিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande