নেৰানেপেৰা বৰষুণৰ ফলত তিতাবৰ নগৰৰ কেইবাটাও অঞ্চলত কৃত্রিম বান
যোৰহাট, ০৮ জুলাই (হি.স.)। নেৰানেপেৰা বৰষুণৰ ফলত তিতাবৰ নগৰৰ কেইবাটাও অঞ্চলত কৃত্রিম বান । নগৰীয়া ৰাইজ কৃত্রিম বানত পনবন্দী । দীৰ্ঘদিনৰ পৰা নলা নৰ্দমা সমুহ পৰিস্কাৰ নকৰা বাবে নগৰত এই কৃত্রিম বান । ৰাইজৰ অভিযোগ পৌৰসভাৰ গাফিলতিৰ বাবেই সামান্য এজাক বৰষুণ
নেৰানেপেৰা বৰষুণৰ ফলত তিতাবৰ নগৰৰ কেইবাটাও অঞ্চলত কৃত্রিম বান


যোৰহাট, ০৮ জুলাই (হি.স.)। নেৰানেপেৰা বৰষুণৰ ফলত তিতাবৰ নগৰৰ কেইবাটাও অঞ্চলত কৃত্রিম বান । নগৰীয়া ৰাইজ কৃত্রিম বানত পনবন্দী । দীৰ্ঘদিনৰ পৰা নলা নৰ্দমা সমুহ পৰিস্কাৰ নকৰা বাবে নগৰত এই কৃত্রিম বান । ৰাইজৰ অভিযোগ পৌৰসভাৰ গাফিলতিৰ বাবেই সামান্য এজাক বৰষুণ দিলেই গৃহবন্দী হব লগীয়া হয় নগৰৰ বাসিন্দা ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande