মঙ্গলদৈত সোণাৰীৰ পৰা লুটি নিলে লক্ষাধিক টকা মূল্যৰ আ অলংকাৰ আৰু নগদ ধন
দৰং, ০৫ জুলাই (হি.স.)। দৰং জিলাৰ মঙ্গলদৈত ডকাইতি কাণ্ড সংঘটিত হৈছে । সোণাৰীৰ পৰা লুটি নিলে লক্ষাধিক টকা মূল্যৰ আ অলংকাৰ আৰু নগদ ধন। এই ঘটনা মঙ্গলদৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে । মঙ্গলদৈৰ মোহিনী জুৱেলাৰছৰ স্বত্বাধিকাৰী সাধন ঘোষে দোকান বন্ধ কৰি নিশা
মঙ্গলদৈত সোণাৰীৰ পৰা লুটি নিলে লক্ষাধিক টকা মূল্যৰ আ অলংকাৰ আৰু নগদ ধন


দৰং, ০৫ জুলাই (হি.স.)। দৰং জিলাৰ মঙ্গলদৈত ডকাইতি কাণ্ড সংঘটিত হৈছে । সোণাৰীৰ পৰা লুটি নিলে লক্ষাধিক টকা মূল্যৰ আ অলংকাৰ আৰু নগদ ধন। এই ঘটনা মঙ্গলদৈ চহৰৰ মাজমজিয়াত সংঘটিত হৈছে ।

মঙ্গলদৈৰ মোহিনী জুৱেলাৰছৰ স্বত্বাধিকাৰী সাধন ঘোষে দোকান বন্ধ কৰি নিশা ঘৰলৈ গৈ থকাৰ সময়তে বাইকত অহা দুজনীয়া ডকাইতৰ দলে ঘোষৰ কান্ধত থকাটো বেগ কাঢ়ি নিয়ে। সাধন ঘোষক বেগে সহিতে চোঁচৰাই লৈ যায় ডকাইতে। মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰে সাধন ঘোষে। মঙ্গলদৈ চহৰত সঘনাই হৈ থকা এনে কাণ্ডত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ডকাইতৰ আক্ৰমণত সাধন ঘোষে সম্পূৰ্ণ শৰীৰত আঘাত পায় ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande