ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৰ পাছত উৰিয়ামঘাটত চলিব শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান
গোলাঘাট, ১৬ জুলাই (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৰ পাছত উৰিয়ামঘাটত চলিব শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান । তিনি হাজাৰ বিঘা‌ বনভূমিত হ''ব উচ্ছেদ । উচ্ছেদ হব বুলি গম পোৱাৰ পাছতে অবৈধ বাবে বসবাস কৰা লোকসকলৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৰ পাছত উৰিয়ামঘাটত চলিব শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান


গোলাঘাট, ১৬ জুলাই (হি.স.)। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৰ পাছত উৰিয়ামঘাটত চলিব শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ অভিযান । তিনি হাজাৰ বিঘা‌ বনভূমিত হ'ব উচ্ছেদ ।

উচ্ছেদ হব বুলি গম পোৱাৰ পাছতে অবৈধ বাবে বসবাস কৰা লোকসকলৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে উৰিয়ামঘাট সীমান্তৰ বন বিভাগৰ ভূমিত ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande