নগাঁও আউনিআটিত নিজৰ জন্ম দিনৰ দিনাই চৰম সিদ্ধান্ত ললে এজন কিশোৰে
নগাঁও, ১৬ জুলাই (হি.স.)। নগাঁও আউনিআটিত মৰ্মান্তিক ঘটনা । নিজৰ জন্ম দিনৰ দিনাই চৰম সিদ্ধান্ত ললে এজন কিশোৰে । চাৰিমাহ পূৰ্বে পিতৃক হেৰুওৱা এজন কিশোৰে কৰিলে আত্মহনন। কিছুদিনৰ পৰা মাতৃও আছিল আঁতৰি। ঘৰ খনত অকলশৰীয়া হৈ পৰা ত কিশোৰ জন হতাশাত ভোগাৰ সন্দ
নগাঁও আউনিআটিত নিজৰ জন্ম দিনৰ দিনাই চৰম সিদ্ধান্ত ললে এজন কিশোৰে


নগাঁও, ১৬ জুলাই (হি.স.)। নগাঁও আউনিআটিত মৰ্মান্তিক ঘটনা । নিজৰ জন্ম দিনৰ দিনাই চৰম সিদ্ধান্ত ললে এজন কিশোৰে ।

চাৰিমাহ পূৰ্বে পিতৃক হেৰুওৱা এজন কিশোৰে কৰিলে আত্মহনন।

কিছুদিনৰ পৰা মাতৃও আছিল আঁতৰি। ঘৰ খনত অকলশৰীয়া হৈ পৰা ত কিশোৰ জন হতাশাত ভোগাৰ সন্দেহ স্থানীয় লোকৰ। অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ জনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande