কলিয়াবৰৰ জখলাবন্ধাত নিশা লোমহৰ্ষক হত্যাকাণ্ড
নগাঁও, ১৫ জুলাই (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত যোৱাকালি সোমবাৰে নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। প্ৰতিৱেশীৰ দাৰ ঘাপত নিহত হয় এগৰাকী মহিলা। ঊষা বিশ্বাস নামৰ মহিলাগৰাকী হত্যাৰ বলি হয়। সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত হত্যাকাৰী । ------
কলিয়াবৰৰ জখলাবন্ধাত নিশা লোমহৰ্ষক হত্যাকাণ্ড


নগাঁও, ১৫ জুলাই (হি.স.)। নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত যোৱাকালি সোমবাৰে নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। প্ৰতিৱেশীৰ দাৰ ঘাপত নিহত হয় এগৰাকী মহিলা।

ঊষা বিশ্বাস নামৰ মহিলাগৰাকী হত্যাৰ বলি হয়। সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত হত্যাকাৰী ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande