শোণিতপুৰ। ০৯ জুন (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰত গৰু চোৰ আটক কৰা হৈছে । গোপন সূত্ৰৰ পম খেদি দেওবাৰে নিশা তেজপুৰ সদৰ আৰক্ষীয়ে ভোমোৰাগুৰীৰ ৰুফুল আমিন নামৰ গৰু চোৰটোক আটক কৰে।
আৰক্ষীয়ে লগতে ৰফুলে গৰু চুৰিত ব্যৱহাৰ কৰা এএছ ০১ ডিকে ৬৯৯৩ নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনো জব্দ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা