ভাৰত বনাম ইংলেণ্ড টেষ্ট চিৰিজঃ শুভমন গিলৰ ইতিহাস সৃষ্টি, যশস্বী জয়ছোৱালৰ শতক
হেডিংলে, ২০ জুন (হি.স.)। হেডিংলিত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতৰ যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে। জয়ছোৱালে ১৫১ টা বলত ১০০ ৰাণ কৰে। তেওঁৰ শতকত ১৬ টা চাৰি আৰু ১ টা ছয় কোবাইছিল। আনহাতে শুভমান গিলে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে। ভাৰত
শতকীয় প্ৰদৰ্শন কৰি  যশস্বী জয়ছোৱাল


হেডিংলে, ২০ জুন (হি.স.)। হেডিংলিত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতৰ যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে। জয়ছোৱালে ১৫১ টা বলত ১০০ ৰাণ কৰে। তেওঁৰ শতকত ১৬ টা চাৰি আৰু ১ টা ছয় কোবাইছিল। আনহাতে শুভমান গিলে নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে।

ভাৰত (প্লেয়িং একাদশ)ত আছে ক্ৰমে যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (উইকেট কীপাৰ), কৰুণ নায়াৰ, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰিত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ।

আনহাতে ইংলেণ্ড (প্লেয়িং একাদশ)ত ক্ৰমে জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ(অধিনায়ক), জেমী স্মিথ(w), ক্ৰীছ ৱ’কেছ, ব্ৰাইডন কাৰ্ছ, জোছ টংগে, শ্বোয়াইব বছিৰ।

উল্লেখ্য যে মেচখনত প্ৰথমে ইংলেণ্ডে টছত জয়ী হৈ ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande