শিৱসাগৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
শিৱসাগৰ, ১৯ এপ্ৰিল (হি.স.)। শিৱসাগৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। পশ্চিমবঙ্গত হিন্দু ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবীত নগৰৰ মাজমজিয়াত এই প্ৰতিবাদ জনায় ভিএইছপি য়ে। নগৰখনৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে বিশ্ব হিন্দু পৰি
শিৱসাগৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী


শিৱসাগৰ, ১৯ এপ্ৰিল (হি.স.)। শিৱসাগৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। পশ্চিমবঙ্গত হিন্দু ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবীত নগৰৰ মাজমজিয়াত এই প্ৰতিবাদ জনায় ভিএইছপি য়ে।

নগৰখনৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে বিশ্ব হিন্দু পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পশ্চিমবঙ্গত ৰাষ্ট্ৰপতি শাসনৰ দাবী l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande