ৰঙিয়াত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান
কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। কালি নিশা ৰঙিয়াত কণ্ঠশিল্পী দীপলীনা ডেকাৰ সংগীতানুষ্ঠান। ৰঙিয়াত উপস্থিত হৈ দীপলীনাৰ শিল্পী দিগন্ত ভাৰতীৰ লগত. হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ।যিগৰাকী ব্যক্তিক আমি গুৰু হিচাপে মানোঁ। তেখেতৰ হাজাৰ হাজাৰ ষ্টুডেন্ট।'

তেখেতৰ সৃষ্টি আৰু দৃষ্টিৰে আজিলৈ যিখিনি কাম কৰিছে, অসমৰ সংস্কৃতিৰ পৃথিৱীখনত তেখেতৰ যিমানখিনি অৱদান আছে হয়তো তেখেতৰ সৃষ্টিৰেই বহুতো গায়ক-গায়িকাই বৰ্তমান মঞ্চ সমূহ শুৱনি কৰি আছে।মই দিগন্ত ভাৰতী ছাৰৰ কিমান গীত পৰিৱেশন কৰোঁ মঞ্চত।'খঙতকৈ বেছি দুখ লাগিছে।'কমিটিৰ এজন ব্যক্তিৰ ভুলৰ বাবে সকলোৱে দোষ পায়।' এনেদৰে দীপলীনাই নিজৰ ক্ষোভ প্ৰকাশ কৰে ৰঙিয়াৰ বিহুমঞ্চত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande