গোলাঘাট কুঁৱৰী গাৱঁৰ নামঘৰৰ কেটেকী ফুল সংৰক্ষণৰ দাবী ৰাইজৰ
গোলাঘাট, ১৫ এপ্ৰিল (হি.স.)। গোলাঘাটৰ কুঁৱৰী গাৱঁৰ নামঘৰৰ কাষত আছে এইজোপা কেটেকী ফুল ৷ কেটেকী ফুলৰ গোন্ধে বিহুৰ বতৰত আমোলমোলাই থাকে এটা অঞ্চল ৷ বৰ্তমান কংক্ৰিটৰ যুগত কেটেকী ফুলৰ গছবোৰ প্ৰায় নোহোৱা হৈছে ৷ গতিকে এই অঞ্চলত থকা একমাত্ৰ কেটেকী ফুলৰ হাবিখ
গোলাঘাটৰ কুঁৱৰী গাৱঁৰ নামঘৰৰ কাষত আছে এইজোপা কেটেকী ফুল ৷


গোলাঘাট, ১৫ এপ্ৰিল (হি.স.)। গোলাঘাটৰ কুঁৱৰী গাৱঁৰ নামঘৰৰ কাষত আছে এইজোপা কেটেকী ফুল ৷ কেটেকী ফুলৰ গোন্ধে বিহুৰ বতৰত আমোলমোলাই থাকে এটা অঞ্চল ৷

বৰ্তমান কংক্ৰিটৰ যুগত কেটেকী ফুলৰ গছবোৰ প্ৰায় নোহোৱা হৈছে ৷ গতিকে এই অঞ্চলত থকা একমাত্ৰ কেটেকী ফুলৰ হাবিখন সংৰক্ষণ কৰাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande