মণিপুৰত গ্ৰেপ্তাৰ আৰামবাই টেংগোল (এ টি)ৰ দুজন সদস্য
ইম্ফল, ২৪ মাৰ্চ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে আৰাম্বাই টেংগোল (এ টি) সংগঠনৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে আৰক্ষীৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, ধৃত অভিযুক্ত দুজন হৈছে ক্ষেত্ৰিমায়ুম নিখিল সিং (২৮) আৰু যুমনাম প্ৰিংগনবা সিং (২৩), মইৰাংক
मणिपुर में गिरफ्तार अरंबाई तेंगगोल (एटी) के दो सदस्यों की तस्वीर।


ইম্ফল, ২৪ মাৰ্চ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে আৰাম্বাই টেংগোল (এ টি) সংগঠনৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সোমবাৰে আৰক্ষীৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, ধৃত অভিযুক্ত দুজন হৈছে ক্ষেত্ৰিমায়ুম নিখিল সিং (২৮) আৰু যুমনাম প্ৰিংগনবা সিং (২৩), মইৰাংকাম্পু সাজেদ আৱাং লাইকাই ইম্ফল পূৱ জিলাৰ।

২০২৫ চনৰ ২২ মাৰ্চত ইম্ফল ইষ্টৰ কংপাল খংত এ টি আৰু ইউএনএলএফ(পি)ৰ মাজত হোৱা সংঘৰ্ষৰ সৈতে জড়িত লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অব্যাহত আছে অভিযান।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে খোদ ২২ মাৰ্চত ইউএনএলএফ (পি)ৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande