বৰাকত ধুমুহাৰ তাণ্ডব
হাইলাকান্দি ১৪ মাৰ্চ (হি.স.)। বৰাকত ধুমুহাই তাণ্ডবৰ সৃষ্টি কৰিছে।প্ৰ্কৃতিৰ কালৰূপত হাইলাকান্দিত বহু লোকৰ ঘৰ তছনছ হৈ পৰে । হাইলাকান্দি জিলাৰ লালা, কাটলিছেৰা, আলগাপুৰৰ লগতে বহু থাইত শিলা বৃষ্টিয়ে কালৰূপ ধাৰণ কৰিছে যাৰ ফলত বহু লোকৰ ঘৰত ক্ষতিসাধন হৈছে
বৰাকত ধুমুহাৰ তাণ্ডব


হাইলাকান্দি ১৪ মাৰ্চ (হি.স.)।

বৰাকত ধুমুহাই তাণ্ডবৰ সৃষ্টি কৰিছে।প্ৰ্কৃতিৰ কালৰূপত হাইলাকান্দিত বহু লোকৰ ঘৰ তছনছ হৈ পৰে । হাইলাকান্দি জিলাৰ লালা, কাটলিছেৰা, আলগাপুৰৰ লগতে বহু থাইত শিলা বৃষ্টিয়ে কালৰূপ ধাৰণ কৰিছে যাৰ ফলত বহু লোকৰ ঘৰত ক্ষতিসাধন হৈছে।

হাইলাকান্দি চহৰত যোৱা নিশা প্ৰায় ২ বজাত শিলা বৃষ্টিৰ লগতে ধুমুহাৰ তাণ্ডব দেখিবলৈ পোৱা গৈছে। প্ৰায় ১৫ ৰ ২০ মিনিটৰ শিলা বৃষ্টিৰ ফলত চহৰখনত বহু ক্ষতিসাধন হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande