১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰী লৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব কলিয়াবৰ গ্ৰন্থমেলা
নগাঁও, ০৪ ফেব্ৰুৱাৰী (হি.স.)। প্ৰজন্ম, কলিয়াবৰৰ উদ‍্যোগত কলিয়াবৰীয়া ৰাইজৰ সহযোগত ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰী লৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব কলিয়াবৰ গ্ৰন্থমেলা।কুঁৱৰীটোল গান্ধী খেল পথাৰত মঙলবাৰে লাইখুঁটা স্থাপনৰে আৰম্ভ হয় গ্ৰন্থমেলাৰ প্ৰস্তুতি।

কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা গ্ৰন্থ মেলা পৰিচালনা সমিতিৰ সভাপতি নবীন বৰঠাকুৰে বন্তি প্ৰজ্বলনৰ পিছতে মংগলধ্বনিৰ মাজত স্থাপন কৰা হয় গ্ৰন্থমেলাৰ মূল মণ্ডপৰ লাইখুঁটা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande