বমদিলা আৰু টাৱাঙৰ শুভ্ৰ দলিছাই হাত বাউলি মাতিছে পৰ্য্যটকক
ইটানগৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। অৰুণাচলে হাত বাউলি মাতিছে ৷ অৰুণাচলে হাত বাউলি মাতিছে এতিয়া পৰ্য্যটকক। চুবুৰীয়া ৰাজ্য অৰুণাচলত এতিয়া বৰফৰ অস্বাদন ৷ অৰুণাচল ৰ বমদিলা আৰু টাৱাঙত এতিয়া এনেদৰেই দেখিবলৈ পোৱা গৈছে বৰফৰ শুভ্ৰ দলিছা ৷ বৰফৰ মাজেৰে এনেদৰে এতি
বমদিলা আৰু টাৱাঙৰ শুভ্ৰ দলিছাই হাত বাউলি মাতিছে পৰ্য্যটকক


ইটানগৰ, ১৭ ফেব্ৰুৱাৰী (হি.স.)। অৰুণাচলে হাত বাউলি মাতিছে ৷ অৰুণাচলে হাত বাউলি মাতিছে এতিয়া পৰ্য্যটকক। চুবুৰীয়া ৰাজ্য অৰুণাচলত এতিয়া বৰফৰ অস্বাদন ৷ অৰুণাচল ৰ বমদিলা আৰু টাৱাঙত এতিয়া এনেদৰেই দেখিবলৈ পোৱা গৈছে বৰফৰ শুভ্ৰ দলিছা ৷

বৰফৰ মাজেৰে এনেদৰে এতিয়া গতি কৰিছে যানবাহন সমূহে ৷ চুবুৰীয়া ৰাজ্যখনত এতিয়া এই মনোমোহা দৃশ্যই এতিয়া প্রতিগৰাকী পৰ্য্যটকক হাত বাউলি মতাৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande