দিল্লী-এনচিআৰত ভূমিকম্পৰ প্ৰবল জোকাৰণি 
নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.) । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী তথা এন চি আৰত আজি সোমবাৰে পুৱা ০৫.৩৬ বজাত ভূমিকম্পৰ প্ৰৱল জোকাৰণি অনুভূত হয়। ভূঁইকঁপৰ ফলত লোকসকলে ভয় খাই ঘৰৰ পৰা ওলাই আহিল। এই মুহূৰ্তত কোনো লোকচানৰ খবৰ পোৱা নাই। ৰাষ্ট্ৰীয় ভূমিকম্প
দিল্লী-এনচিআৰত ভূমিকম্পৰ প্ৰবল জোকাৰণি


নতুন দিল্লী, ১৭ ফেব্ৰুৱাৰী (হি.স.) । ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী তথা এন চি আৰত আজি সোমবাৰে পুৱা ০৫.৩৬ বজাত ভূমিকম্পৰ প্ৰৱল জোকাৰণি অনুভূত হয়। ভূঁইকঁপৰ ফলত লোকসকলে ভয় খাই ঘৰৰ পৰা ওলাই আহিল। এই মুহূৰ্তত কোনো লোকচানৰ খবৰ পোৱা নাই।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৪ জুখিছিল। ইয়াৰ ভূ-কেন্দ্ৰ আছিল ২৮.৫৯° উত্তৰ অক্ষাংশ আৰু ৭৭.১৬° পূব দ্ৰাঘিমাংশত ভূপৃষ্ঠৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ গভীৰতাত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande