Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
25 Dec 2025
হাইলাকান্দি, ২৫ ডিচেম্বৰ (হি.স.)। বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে হাইলাকান্দিত ইচলাম ধৰ্মাৱলম্বী লোকৰ উত্তাল প্ৰতিবাদ । বাংলাদেশত দিপু চন্দ্ৰ দাসৰ হত্যাৰ বিৰুদ্ধে হাইলাকান্দিত ইসলাম ধৰ্মাৱলম্বী যুৱক সকলৰ উত্তাল প্ৰতিবাদ । আজি হাইলাকান্দি জিলাৰ আলগাপুৰ ..
কামৰূপ, ২৫ ডিচেম্বৰ (হি.স.)। ৰঙিয়া নলবাৰী ৰে’ল পথত বন্যহস্তীৰ জাক এটাক সুৰক্ষিত ভাৱে পাৰ কৰোৱাত লোৱা ভূমিকাৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা নগদ ধনেৰে পুৰস্কৃত কৰা হয় কমল বড়ো নামৰ লোকজনক । আজি নাগৰিক সচেতনতাৰ স্বীকৃতি হিচাপে উত্তৰ পূব ৰেলেৱেৰ ৰঙিয়া ..
গোলাঘাট, ২৫ ডিচেম্বৰ (হি.স.)। গোলাঘাটৰ চেতিয়া গাঁৱৰ পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ। ৰুবি ফুকন (৪৩) নামৰ মহিলা গৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰথমে মৃতদেহটো চমজি লয় আৰু মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে। বুকু..
দৰং, ২৫ ডিচেম্বৰ(হি.স.)। বাংলাদেশৰ সংখ্যালঘু হিন্দু নিৰ্যাতনৰ সমৰ্থনত সামাজিক মাধ্যম ফেচবুকত আপত্তিজনক পোষ্ট দিয়াৰ অভিযোগত অসমৰ দৰং জিলাৰ মঙলদৈৰ পৰা হাফিজ বিল্লাল আলি নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha