ৰঙিয়াত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ
কামৰূপ, ২২ ডিচেম্বৰ (হি.স.)। ৰঙিয়াত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। জল জীৱন মিছনৰ দুৰ্নীতিৰ অভিযোগ তুলি। ৰাজপথত প্ৰতিবাদী সমদল । ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদলক আৰক্ষীৰ বাধা । আৰক্ষীৰ লগত প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলৰ ঠেলা-ঠেলিও লাগে।

Invalid email address

यहां पूरी खबर पढ़ने के लिए कृपया हिन्दुस्थान समाचार को सब्सक्राइब करें।

संपर्क करें

हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001

(+91) 7701800342 / 7701802829

marketing@hs.news


 rajesh pande